/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/af3a61f9-4a25-4d28-93bc-d339dfe183f5/aimu.jpg)
-
মৰাণ মহাবিদ্যালয়ৰ সন্মুখত অঘটন।
-
ৰেলৰ খুন্দাত নিহত মৰাণ ITIৰ এজন ছাত্র।
-
বুধবাৰে সংঘটিত হয় এই ঘটনা।
-
নিহত ছাত্রজন পানীটোলাৰ ৰাহুল চাংমাই বুলি চিনাক্ত।
-
উজনিমুৱা 15669 নম্বৰৰ নাগালেণ্ড এক্সপ্রেছৰ খুন্দাত নিহত।
-
ঘটনাস্থলীত উপস্থিত হৈ ৰে’ল আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহ।
Also Read: বৰহোলা মহাবিদ্যালয়ত বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাবিদ্যালয় সপ্তাহৰ সামৰণি অনুষ্ঠান সম্পন্ন