পথ দুৰ্ঘটনাত থিতাতে নিহত ২ জন...

বছৰৰ পহিলা দিনটোতেই বেয়া খবৰ। মানকাচৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।
হাটশিঙিমাৰীৰ কোকৰাডাঙাত মটৰ চাইকেল দুৰ্ঘটনাঃ নিহত দুই ভাই-ককাই...
হাটশিঙিমাৰীৰ কোকৰাডাঙাত মটৰ চাইকেল দুৰ্ঘটনাঃ নিহত দুই ভাই-ককাই...road accident

ডিজিটেল ডেস্ক: বছৰৰ পহিলা দিনটোতেই বেয়া খবৰ। মানকাচৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।

এই বাইক দুৰ্ঘটনাত থিতাতে নিহত দুজন। নিহত এজনক ছাইদুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে। আনজনৰ চিনাক্ত হোৱা নাই।অসম-মেঘালয়ৰ সীমামূৰীয়া বানশালী গীৰ্জাৰ সন্মুখত সংঘটিত হৈছে এই ঘটনা।

আৰু পঢ়ক: যেন এক সেউজীয়া চিত্ৰনাট্য...


 

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in