
ডিজিটেল ডেস্ক: বছৰৰ পহিলা দিনটোতেই বেয়া খবৰ। মানকাচৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।
এই বাইক দুৰ্ঘটনাত থিতাতে নিহত দুজন। নিহত এজনক ছাইদুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে। আনজনৰ চিনাক্ত হোৱা নাই।অসম-মেঘালয়ৰ সীমামূৰীয়া বানশালী গীৰ্জাৰ সন্মুখত সংঘটিত হৈছে এই ঘটনা।
আৰু পঢ়ক: যেন এক সেউজীয়া চিত্ৰনাট্য...