মঙলদৈত ধুমুহাত : বিস্তৰ ক্ষতি বহু পৰিয়ালৰ...

শুকুৰবাৰে ৰাতি হোৱা এজাক ধুমুহাই টচনচ কৰিলে মঙলদৈ।

author-image
Asomiya Pratidin
New Update
গণেশগুৰি উৰণীয়া সেতুত চিটি বাছে মহটিয়াই নিলে ৩ খনকৈ বাহন...

ei muhurtar khabar

ডিজিটেল সংবাদ,‌ মঙলদৈ : ধুমুহাত বিস্তৰ ক্ষতি মঙলদৈত।

Advertisment

•শুকুৰবাৰে ৰাতি হোৱা এজাক ধুমুহাই টচনচ কৰিলে মঙলদৈ।

•১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত গছ পৰি ব্যাহত যোগাযোগ ব্যৱস্থা।

•মঙলদৈ জেল আৰু ডাকঘৰৰ ওচৰত বতাহ, ধুমুহা, বৰষুণত উঘালি পৰে গছ বিদ্যুতৰ খুটা।

•বিস্তৰ ক্ষতি মঙলদৈ টাউনত।

•বহু লোকৰ ঘৰ উৰুৱাই নিয়ে ধুমুহাই।

Also Read: সম্প্ৰীতিৰ নিদৰ্শন : চৰাইদেউৰ চফ্ৰাইত সমূহীয়া ইফতাৰ...

magaldoi