New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/d08990b2-14b3-4bad-9342-a94b71fd2bd4/4.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈত শোকাৱহ ঘটনা। সোমবাৰে প্ৰাক্তন চৰকাৰী অধিবক্তা দুলাল ঘোষৰ আকস্মিক মৃত্যু হয় । ঘটনা অনুসৰি মঙলদৈ আদালতত কৰ্তব্যৰত অৱস্থাতে হঠাতে ঢলি পৰে অধিবক্তাগৰাকী। পিছত সতীৰ্থৰ সহযোগত মঙলদৈ অসামৰিক চিকিৎসালয়ত অধিবক্তা গৰাকীক ভৰ্তি কৰাই যদিও মৃত ঘোষণা কৰে চিকিৎসকে।
Also Read: টেঙাখাতত তিনি ছাগলী চোৰ গ্ৰেপ্তাৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us