মঙলদৈৰ কটহগুৰিত বাঘৰ মুক্ত বিচৰণ

মঙলদৈৰ কটহগুৰিত দেওবাৰে বাঘৰ মুক্ত বিচৰণ প্ৰত্যক্ষ কৰে ৰাইজে। মাকৈ খেতি পথাৰত মুক্ত বিচৰণ কৰে এটা নাহৰফুটুকী বাঘে
মঙলদৈৰ কটহগুৰিত বাঘৰ মুক্ত বিচৰণ

ডিজিটেল সংবাদ, মঙলদৈ: মঙলদৈৰ কটহগুৰিত দেওবাৰে বাঘৰ মুক্ত বিচৰণ প্ৰত্যক্ষ কৰে ৰাইজে। মাকৈ খেতি পথাৰত মুক্ত বিচৰণ কৰে এটা নাহৰফুটুকী বাঘে ৷

স্থানীয় ৰাইজৰ মোবাইল কেমেৰাত বন্দী হয় বাঘটোৰ মুক্ত বিচৰণৰ দৃশ্য ৷ মাকৈ খেতিৰ মাজত অৱস্থান বাঘটোৰ ৷ বাঘৰ মুক্ত বিচৰণত আতংকিত হৈ পৰে স্থানীয় ৰাইজ ৷

উল্লেখ্য যে কেইদিন মান পূৰ্বে লুহুৰী চৰত ৰাইজে বাঘৰ খোজ প্ৰত্যক্ষ কৰাৰ উপৰিও দুটা পশুধন বাঘে আক্ৰমন কৰি হত্যা কৰিছিল ৷বৰ্তমানলৈকে বন বিভাগে এই পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহন কৰা নাই ৷

আৰু পঢ়ক: অসমৰ যুৱতীক মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত হত্যা কৰাৰ অভিযোগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in