মহানুভৱতাঃঅসুস্থ বান্দৰক চিকিৎসা প্ৰদান কৰি গতালে বন বিভাগক

মহানুভৱতাঃঅসুস্থ বান্দৰক চিকিৎসা প্ৰদান কৰি গতালে বন বিভাগক

ডিজিটেল সংবাদ,কলিয়াবৰ: কলিয়াবৰৰ শালনাৰ এজন যুৱকৰ মহানুভৱতা। অসুস্থ বান্দৰক গছৰ পৰা নমাই কৰিলে চিকিৎসা। কলিয়াবৰৰ শালনাৰ পংকজ ঠাকুৰ নামৰ যুৱকজনে এটা অসুস্থ বান্দৰক চিকিৎসা প্ৰদান কৰি পুনৰ গতাই দিলে বন বিভাগক।

পেছাত নাপিত পংকজ ঠাকুৰে নিশাৰ ভাগত গছৰ ওপৰত বান্দৰটো কঁপি থকা দেখা পাই নিজে গছত উঠি বান্দৰটো নমাই আনে আৰু অসুস্থ বান্দৰটো গছৰ পৰা নমাই চিকিৎসা প্ৰদান কৰি সুস্থ কৰি তোলে। অসুস্থ বান্দৰটো প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত শালনা আঞ্চলিক খণ্ড বন বিভাগৰ কাৰ্যালয়ৰ বনকৰ্মীক গতাই দিয়ে পংকজ ঠাকুৰে।

মহানুভৱতাঃঅসুস্থ বান্দৰক চিকিৎসা প্ৰদান কৰি গতালে বন বিভাগক
পুত্ৰক হত্যা কৰি ভৰালে বেগত! কিহৰ বাবে নৃশংসতাৰ পথ বাছি ল'লে এগৰাকী CEO'ই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in