গুৱাহাটীৰ পৰা নিৰুদ্দেশ জনতা ভৱনৰ কৰ্মচাৰী

গুৱাহাটীৰ পৰা নিৰুদ্দেশ জনতা ভৱনৰ কৰ্মচাৰী। কৰ্মচাৰী জনৰ নাম ফখৰুদ্দিন আহমেদ।

author-image
Asomiya Pratidin
New Update
গুৱাহাটীৰ পৰা নিৰুদ্দেশ জনতা ভৱনৰ কৰ্মচাৰী

  • গুৱাহাটীৰ পৰা নিৰুদ্দেশ জনতা ভৱনৰ কৰ্মচাৰী।

  •  কৰ্মচাৰী জনৰ নাম ফখৰুদ্দিন আহমেদ।

  • ১৮ এপ্ৰিলক কাৰ্যালয়লৈ বুলি ওলাই আহিছিল আহমেদ।

  • ঘৰৰ পৰা ওলাই অহাৰ পিছত  কোনো সন্ধান নাই কর্মচাৰীজনৰ।

  • ঘটনা সন্দৰ্ভত দিছ্পুৰ থানাত গোচৰ ৰুজু পৰিয়ালৰ।

  • আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

Advertisment

Also Read: হাইস্কুল শিক্ষান্ত পৰীক্ষাত ল'ৰা, ছোৱালীতকৈ আগত তৃতীয় লিংগৰ পৰীক্ষাৰ্থী !

Assam police