New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/915965f2-ffd7-44a4-9c72-0be1ba7ba32e/leo.jpg)
গোলাঘাটত পুনৰ নাহৰফুটুকীৰ সন্ত্রাস
নাহৰফুটুকীৰ আক্রমণত আহত এজন লোক
আহত লোকজন লোকেশ্বৰ তাঁতী
গোলাঘাটৰ উদয়ন চাহ বাগিচাত এই ঘটনা
বাগিচাত কাম কৰি থাকোতেই নাহৰফুটুকীয়ে আক্রমণ কৰে লোকজনক।
Also Read: হোজাই সাহিত্য সভাৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে প্ৰাক্তন বিষয়ববীয়াৰ মিলন সমাৰোহৰ আয়োজন