খুমটাইত বন্যহস্তীৰ সন্ত্ৰাস

খুমটাই হালধীবাৰীৰ এখন হাবিত অৱস্থান কৰিছে হাতীৰ জাকটো । তহিলং কৰিছে কৃষিভূমি
 খুমটাইত বন্যহস্তীৰ সন্ত্ৰাস

ডিজিটেল সংবাদ,গোলাঘাটঃ এজাক হাতীয়ে জনাঞ্চলত বিচৰণ কৰাত শংকিত হৈ পৰিছে গঁঞা ৰাইজ । আৱৰঘাট পাৰ হৈ অহা হাতীৰ এটা জাকটোৱে খুমটাইত সন্ত্ৰাসৰ সৃষ্টি কৰিছে ।

জানিব পৰা মতে খুমটাই হালধীবাৰীৰ এখন হাবিত অৱস্থান কৰিছে হাতীৰ জাকটো । তহিলং কৰিছে কৃষিভূমি । ফলত ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে বন্যহস্তীৰ জাকটোৱে । ৰাইজে বনবিভাগক অতি শীঘ্ৰেই হাতীৰ জাকটোক খেদি পঠাবলৈ আহ্বান জনায়।

 খুমটাইত বন্যহস্তীৰ সন্ত্ৰাস
উত্তৰ পূৰ্বাঞ্চল দক্ষতা কেন্দ্ৰৰ বিদায়ী ছাত্ৰ-ছাত্ৰীৰ সৈতে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ অন্তৰংগ আলাপ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in