New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/28bb4438-5a24-403f-8c10-ac23efe8c994/fffdfd.jpg)
মালিগাঁৱত অঘটন।
ৰেলৰ চেপাত নিহত যুৱক।
মালিগাওঁ ৰেল গেটত ৰেলৰ চেপাত নিহত হয় এজন যুৱক।
যুৱক জন গোশালাৰ ছানি মালাকাৰ।
ৰেল পথৰে গৈ থকা সময়ত ৰেলৰ চেপাত নিহত হয় সানি মালাকাৰ।
ঘটনাস্থলীত উপস্থিত কামাখ্যা ৰেল আৰক্ষী।
Also Read: এইবাৰ বৃদ্ধি পাব গৰমৰ প্ৰকোপঃ ২০ দিন পৰ্যন্ত থাকিব গৰম বতাহ...