/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/403db476-7fe0-4669-92f1-2d4465149a25/download.jpg)
এই মুহূৰ্তৰ খবৰ
মাজুলীত বান সাহায্য দিবলৈ যোৱা সন্ধানহীন দলক উদ্ধাৰ।
কাৰ্তিক চাপৰি আৰু ভেকেলিত বান সাহায্য দিবলৈ গৈছিল দলটো।
SDRFৰ দলে উদ্ধাৰ কৰিলে ৭জনীয়া দলটোক।
নাওখন উদ্ধাৰ কৰাত ব্যৰ্থ SDRFৰ দল।
পশু চিকিৎসাৰ বিভাগৰ পৰা বান সাহায্যৰ বাবে গৈছিল দলটো।
দলটোত আছিল সঞ্জীত শইকীয়া, বিপুল হাজৰিকা, অজয় দাস।
লগত আছিল দুজন ক্ষেত্র সহায়ক, এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসহ ৪জনকৈ শ্রমিক।
Also Read: ‘শিক্ষাসেতু’ত দীৰ্ঘদিনে অনুপস্থিত ৪ সহস্ৰাধিক শিক্ষাগুৰু : দৰমহা স্থগিত ৰখাৰ সম্ভাৱনা !