মাজুলীত বান সাহায্য দিবলৈ যোৱা সন্ধানহীন দলক উদ্ধাৰ

এই মুহূৰ্তৰ খবৰ
এই মুহূৰ্তৰ খবৰ
  • মাজুলীত বান সাহায্য দিবলৈ যোৱা সন্ধানহীন দলক উদ্ধাৰ।

  • কাৰ্তিক চাপৰি আৰু ভেকেলিত বান সাহায্য দিবলৈ গৈছিল দলটো।

  • SDRFৰ দলে উদ্ধাৰ কৰিলে ৭জনীয়া দলটোক।

  • নাওখন উদ্ধাৰ কৰাত ব্যৰ্থ SDRFৰ দল।

  • পশু চিকিৎসাৰ বিভাগৰ পৰা বান সাহায্যৰ বাবে গৈছিল দলটো।

  • দলটোত আছিল সঞ্জীত শইকীয়া, বিপুল হাজৰিকা, অজয় দাস।

  • লগত আছিল দুজন ক্ষেত্র সহায়ক, এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসহ ৪জনকৈ শ্রমিক।

এই মুহূৰ্তৰ খবৰ
‘শিক্ষাসেতু’ত দীৰ্ঘদিনে অনুপস্থিত ৪ সহস্ৰাধিক শিক্ষাগুৰু : দৰমহা স্থগিত ৰখাৰ সম্ভাৱনা !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in