/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/dangor-khobr-2.jpg)
-
মাজুলী-লখিমপুৰ সংযোগী দলং নিৰ্মাণথলীত সংঘটিত হৈছে এক ভয়ংকৰ অঘটন।
-
চেলেক ধুনাগুৰিত দলং নিৰ্মাণ কৰি থকা শ্ৰমিকৰ কৰুণ মৃত্যু।
-
সোমবাৰে নিশা কাম কৰি থকা অৱস্থাতে বিদ্যুতত লাগি মৃত্যু হয় এজন শ্ৰমিকৰ।
-
মৃত্যু হোৱা শ্ৰমিকজন নলবাৰীৰ চব্ৰিৰ আলী (২০) ।
-
বিদ্যুৎ স্পৰ্শ হৈ আহত হোৱা আন এজন শ্ৰমিকক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে।
Also Read: কাজিৰঙাত ৬০বছৰীয়া লক্ষীমালাৰ কৰুণ মৃত্যু...