/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2018/08/agrani-news.jpg)
হাতী-মানুহৰ সংঘাতঃ মাজুলীত এজন আহত...
ৰাজ্যত পুনৰ সংঘটিত হৈছে হাতী-মানুহৰ সংঘাত।
এইবাৰ মাজুলীত হাতীৰ আক্রমণত আহত হ'ল এজন লোক।
আহত লোকজন মাজুলীৰ গায়ন গাঁৱৰ সোনাৰাম শইকীয়া।
গৰু খুঁটিত গৰু বান্ধিবলৈ যাওতেই আক্রমণৰ সন্মুখীন হয় বনৰীয়া হাতীৰ।
আহত লোকজনক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত।
Also Read: ভাড়াতীয়া পৰিয়ালক ঘৰৰ গৰাকীসহ ২০ জনীয়া দলৰ আক্ৰমণ...