/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
ভাড়াতীয়া পৰিয়ালক ঘৰৰগৰাকীসহ ২০ জনীয়া দলৰ আক্ৰমণ...
পাঠশালাত এটা ভাড়াতীয়া পৰিয়ালক আক্রমণ।
ঘৰৰ গৰাকীয়ে আক্ৰমণ কৰিলে ভাড়াতীয়া পৰিয়ালটোক।
দুটি কণমানিসহ পৰিয়ালটোক চোকা অস্ত্রৰে আক্রমণৰ অভিযোগ।
আক্রমণৰ অভিযোগ ঘৰৰ গৰাকী কিশোৰ বৰ্মনসহ ২০জনৰ বিৰুদ্ধে।
নিচাসক্ত অৱস্থাত পৰিয়ালটোক আক্রমণ কৰাৰ অভিযোগ।
পৰিয়ালৰটোৰ দ্বীপেন দাসসহ পত্নী, ভাগিনী আৰু দুই কন্যাক আক্রমণ।
অভিযোগ অনুসৰি বাসগৃহটোত প্রায়ে চলে সুৰা আৰু ভাঙৰ আড্ডা।
নিশাই আঘাতপ্রাপ্ত পৰিয়ালটোক চিকিৎসালয়লৈ লৈ যায় আৰক্ষীয়ে।
Also Read: ডবকাৰ আশ্রয় শিবিৰত শিশু অসুস্থঃ মানৱ অধিকাৰ আয়োগৰ নিজাববীয়া গোচৰ...