লুইতৰ বুকুত পুনৰ অঘটন: সন্ধানহীন নিমাতীৰ পৰা কমলাবাৰী অভিমুখী ফেৰী...

মাজুলীৰ লুইতৰ বুকুত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা। লুইতৰ বুকুত সন্ধানহীন হৈ পৰিছে এখন যাত্ৰবাহী ফেৰী

author-image
Asomiya Pratidin
New Update
ড্রাগছ আসক্ত যুৱকে কাঢ়ি নিলে মহিলাৰ বেগ

ডিজিটেল ডেস্ক : মাজুলীৰ লুইতৰ বুকুত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা। লুইতৰ বুকুত সন্ধানহীন হৈ পৰিছে এখন যাত্ৰবাহী ফেৰী। নিমাতীৰ পৰা কমলাবাৰী অভিমুখী আছিল উক্ত ফেৰীখন।

Advertisment

ফেৰীখনৰ নাম এম ভি লোহিত। ফেৰীখনত আছিল ১৩৪গৰাকী যাত্রী, ৩২খন বাইক। নিমাতীৰ পৰা ১.৩০ বজাত ৰাওনা হৈছিল ফেৰীখন। ঘন কুঁৱলীৰ বাবেই ফেৰীখন সন্ধানহীন হোৱাৰ সন্দেহ। উল্লেখ্য যে, ফেৰীখনৰ সন্ধানত কমলাবাৰীৰ পৰা ইতিমধ্যেই ৰাওনা হৈছে এছ ডি আৰ এফ বাহিনী।

Also Read: নিশা চাইকেলেৰে গাওঁ-চহৰ ভ্ৰমণ কৰি লৈ আনে সামগ্ৰী: আৰক্ষী অভিযানত আটক...

sdrf majuli administration