লামডিঙৰ প্রাক্তন ৰে’লৱে কৰ্মচাৰীলৈ দুৰ্বৃত্তৰ গুলীচালনা...

লামডিঙৰ শিমলুতলাত গুলীচালনাৰ ঘটনা। লামডিঙৰ প্রাক্তন ৰে’লৱে কৰ্মচাৰীলৈ দুৰ্বৃত্তৰ গুলীচালনা। স্কুটীৰে আহি দুৰ্বৃত্তই দুই জাঁই গুলী চলায় লোকজনৰ ওপৰত। গুলীবিদ্ধ

author-image
Asomiya Pratidin
New Update
লামডিঙৰ প্রাক্তন ৰে’লৱে কৰ্মচাৰীলৈ দুৰ্বৃত্তৰ গুলীচালনা...

lumding

ডিজিটেল সংবাদ, লামডিং :লামডিঙৰ শিমলুতলাত গুলীচালনাৰ ঘটনা। লামডিঙৰ প্রাক্তন ৰে’লৱে কৰ্মচাৰীলৈ দুৰ্বৃত্তৰ গুলীচালনা। স্কুটীৰে আহি দুৰ্বৃত্তই দুই জাঁই গুলী চলায় লোকজনৰ ওপৰত। গুলীবিদ্ধ লোকজনৰ নাম তৰুণ চক্রৱৰ্তী।

উল্লেখ্য় যে লামডিং মাণ্ডলিক প্ৰৱন্ধকৰ কাৰ্যালয়ৰ কৰ্মচাৰী আছিল তৰুণ চক্ৰৱৰ্তী। ব্যক্তিজন ঘৰৰ ওচৰতে ৰৈ থকাৰ অৱস্থাত স্কুটিত অহা দুজন আৰোহীয়ে গুলীয়াই থৈ যায়। মূৰ আৰু ডিঙিত গুলী লাগে তৰুণ চক্রৱৰ্তীৰ। বৰ্তমান লামডিং ৰে'লৱে চিকিৎসালয়লৈ অনা হৈছে লোকজনক।

আৰু পঢ়ক :বুৰাবুৰী কেন্দ্ৰৰ উদ্যোগত শিক্ষকক বিদায় সম্বৰ্ধনা...

lumding assam