লামডিঙত ড্ৰাগছ সহ আটক সৰবৰাহকাৰী…

লামডিঙত ড্ৰাগছ সহ আটক সৰবৰাহকাৰী…

author-image
asomiyapratidin
New Update
লামডিঙত ড্ৰাগছ সহ আটক সৰবৰাহকাৰী…

ডিজিটেল সংবাদ, লামডিং: লামডিঙ আৰক্ষীৰ অব্যহত আছে ড্ৰাগছ বিৰুদ্ধে অভিযান। লামডিং আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া চন্দন জ্যোতি বৰা নেতৃত্বত চলিছে এটাৰ পিছত এটা ড্ৰাগছ বিৰুদ্ধে অভিযান।

দেওবাৰে নিশাৰ ভাগত লামডিঙ আৰক্ষী অভিযান চলাই ড্ৰাগথসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে।লামডিঙ পাথৰপানি অঞ্চলৰ পৰা যুৱক জনক হাতে লুটে আটক কৰে।

যুৱক জনৰ পৰা ৫.২০গ্ৰাম সন্দেহ যুক্ত ব্ৰাউন সুগাৰ জব্দ কৰে।যুৱক জনৰ পাথৰপানি অঞ্চলৰে নিবাসী 22 বছৰীয়া ৰাজা মালাকাৰ ৷

আৰু পঢ়ক: ভাল খবৰ! কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত দীৰ্ঘ বিৰতিৰ মুৰত আৰম্ভ হ'ল সৰ্পদংশনৰ চিকিৎসা…

lumding assam Assam police