/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/87ecaad0-4d5b-4278-9a77-0ec4d24f9d2b/jjjj.jpg)
-
লঙ্কা- লামডিং ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
-
ৰাষ্ট্ৰীয় পথচোৱাৰ এছ ট্ৰাৰ্ণিঙৰ সমীপতে বাগৰি পৰিল এখন কয়লা ভৰ্তি বাহন।
-
শিৱসাগৰ মাৰ্ঘেৰিটাৰ পৰা কয়লা লৈ লামডিং অভিমুখে আহি থাকোঁতে দুৰ্ঘটনাগ্ৰস্ত হয় বাহনখন।
-
দুৰ্ঘটনাৰ ফলত আহত হয় বাহনখনৰ চালক আৰু হেণ্ডিমেন।
-
দুৰ্ঘটনা হোৱা বাহনখনৰ চালক ৰাজস্থানৰ বাসিন্দা জন উমেজ সিং আৰু হেণ্ডিমেন মনি ৰাম বিশ্নয়।
-
দুৰ্ঘটনাগস্থ বাহনখনৰ খনৰ নম্বৰ RJ 14 GD 7497।
-
চালক আৰু হেণ্ডিমেনজনক লামডিং সমূহীয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
-
কয়লাখিনি লামডিঙৰ কোনো এটা ইটা ভাটালৈ আনিছিল বুলি জানিব দিয়ে চালকে।
-
ঘটনাস্থলিত লামডিং আৰক্ষী উপস্থিত হয়।
Also Read: মণিপুৰ-ম্যানমাৰ সীমান্তত ১.১৪০ কোটি টকাৰ বাৰ্মিজ চুপাৰী জব্দ