New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/77071b15-4959-4f53-9b26-ac6a11a4cba2/21.jpg)
ডিমৌত লাটমণ্ডল গ্ৰেপ্তাৰ।
ডিমৌ ৰাজহ চক্ৰৰ ডিমৌৰ লাট মণ্ডল পূৰ্ণিমা গগৈক আটক দুৰ্নীতি নিৰ্বাৰক দলৰ।
মাটি ভাগ বটোৱাৰা নামত ডিমৌৰ নৃপেন চেতিয়া নামৰ এজন যুৱকৰ পৰা উৎকোচ লৈছিল ১৮০০ টকা।
বৰ্তমান ডিমৌৰ শুকান পুখুৰী গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত পূৰ্ণিমা গগৈক চলাইছে জেৰা।।
Also Read: বগীবিল দলঙত ভয়ংকৰ দুৰ্ঘটনা : নিহত এজন, আহত কেইবাজনো