লংকা আৰক্ষীৰ জালত ২বাইক চোৰ...

লংকা আৰক্ষীৰ জালত ২বাইক চোৰ...
  • লংকা আৰক্ষীৰ জালত ২ বাইক চোৰ

  • লামডিং ৰে’ল ষ্টেচনৰ পৰা কাৰায়ত্ত ধৃত দুই চোৰক

  • আটকাধীন দুই বাইক চোৰ হ'ল লামডিঙৰ গান্ধী কলনিৰ বিশ্বজিৎ দাস

  • আনজন হোজাইৰ নতুন বজাৰৰ বিপুল নমুসুদ্ৰ

  • লংকা আৰক্ষী থানাত ৰুজু হোৱা AS02 Z 0224 নম্বৰৰ বাইক চুৰি গোচৰৰ পম খেদি দুয়োজনক কৰায়ত্ত কৰে

  • চুৰিকাৰ্য সংঘটিত হোৱা সময়ত চিচি কেমেৰাত আৱদ্ধ হৈছিল চোৰৰ ফটো

  • বাইক চুৰি কৰা বুলি আৰক্ষীৰ ওচৰত স্বীকাৰোক্তি দিছে দুই চোৰে ।

লংকা আৰক্ষীৰ জালত ২বাইক চোৰ...
বটদ্ৰৱাত মাৱাটেকা চিটৰিঅ' কাৰাটে প্ৰশিক্ষণ অনুষ্ঠান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in