/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/09c07015-d2ef-48a3-9128-0bc1192af290/sonapur.jpg)
-
মেঘালয়ৰ সোণাপুৰত ভূমিস্খলন
-
মুষলধাৰ বৰষুণৰ ফলতেই সংঘটিত এই ভূমিস্খলনৰ ঘটনা
-
পাহাৰৰ পৰা বাগৰি অহা মাটিয়ে পুতি পেলায় সুৰংগৰ সন্মুখ ভাগ
-
সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে ৬ নম্বৰ শিলচৰ-বদৰপুৰ সংযোগী পথ
-
মিজোৰাম, মণিপুৰ, ত্রিপুৰাৰ সৈতে বিছিন্ন হৈ পৰিছে যোগাযোগ
-
সমগ্র পথছোৱাত সৃষ্টি হৈছে ব্যাপক যান-জঁটৰ।
Also Read: ডুৰাণ্ড কাপ : নৰ্থ-ইষ্ট ইউনাইটেডৰ হাতত পৰাস্ত লাজং এফ চি