/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/d3a17612-b55e-4ae0-8c2b-f5c508cd279c/sdfdfff.jpg)
-
লাকুৱা তাপ বিদ্যুৎ প্ৰকল্পত ভয়ংকৰ অগ্নিকাণ্ড।
-
বুধবাৰে দিনৰ ৩ মান বজাৰ পৰা সংঘটিত অগ্নিকাণ্ডৰ ঘটনা।
-
চৰাইদেউ জিলাৰ মাইবেলাস্থিত লাকুৱা তাপ বিদ্যুৎ প্ৰকল্পত এই অগ্নিকাণ্ড।
-
দাওদাও কৈ জুই জ্বলি যেনি-তেনি বিয়পি যায়।
-
ঘটনাস্থলীত ৫খনকৈ অগ্নি নিৰ্বাপক বাহিনীক উপস্থিত হৈছে জুই নিয়ন্ত্ৰণৰ চেষ্টা।
-
এতিয়ালৈকে জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ
Also Read: পাকিস্তানত হত্যা হঞ্জলা আদনানক: CRPF ৰ কনভয় আক্ৰমণৰ মাণ্ডাৰ মাইণ্ড আছিল তেওঁ