লক্ষ্মীনাথ বেজবৰুৱাৰ সম্বলপুৰৰ বাসগৃহ, সাধনাগৃহ সংৰক্ষণঃ প্ৰয়োজন আৰু ১ কোটি টকাৰ...

লক্ষ্মীনাথ বেজবৰুৱাৰ সম্বলপুৰৰ বাসগৃহ, সাধনাগৃহ সংৰক্ষণঃ প্ৰয়োজন আৰু ১ কোটি টকাৰ...
লক্ষ্মীনাথ বেজবৰুৱাৰ সম্বলপুৰৰ বাসগৃহ, সাধনাগৃহ সংৰক্ষণঃ প্ৰয়োজন আৰু ১ কোটি টকাৰ...
  • সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতিৰক্ষা সমিতিৰ সংবাদমেল।

  • সংবাদমেল সম্বোধন সাংবাদিক, লেখক দীপক কুমাৰ পাণ্ডাৰ।

  • লক্ষ্মীনাথ বেজবৰুৱাৰ সম্বলপুৰৰ বাসগৃহৰ পুনৰ নিৰ্মাণ প্রসংগত মন্তব্য।

  • ‘বেজবৰুৱাৰ সাধনাগৃহ, বাসগৃহ সংৰক্ষণ কৰিব পৰাটো আমাৰ বাবে ভাগ্য’।

  • ‘সংৰক্ষণ প্রক্রিয়া আৰম্ভ হৈছে’।

  • ‘সাধনা গৃহৰ সংৰক্ষণৰ কাম সম্পূৰ্ণ হৈছে’।

  • ‘বাসগৃহৰ কাম অহা এবছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব’।

  • ‘ইয়াৰ লগত থাকিব এটা পুথিভঁৰাল’।

  • ‘বেজবৰুৱাৰ বহু ফটো, গ্রন্থ থাকিব পুথিভঁৰালত’।

  • ‘এটা প্রদৰ্শনী তথা ক্রিয়া কেন্দ্র স্থাপন কৰা হ’ব’।

  • ‘য’ত বেজবৰুৱাৰ বিষয়ে পঢ়িব আৰু আলোচনা কৰিব পাৰিব’।

  • ‘অসম আৰু ওড়িশাৰ সাহিত্যিকে য’ত গৈ গৱেষণা কৰিব পাৰিব’।

  • ‘অসমীয়াৰ পৰা উৰিয়া ভাষালৈ বেজবৰুৱাৰ গ্রন্থ অনুবাদ কৰা হ’ব’।

  • ‘বেজবৰুৱাৰ গৃহ দুটাৰ বাবে ১৯৭লাখ টকা নিৰ্ধাৰণ কৰা হৈছে’।

  • ‘ওড়িশা চৰকাৰে ৫৫.৪৮লাখ টকা, অসম চৰকাৰে ৫০লাখ টকা দিব’।

  • ‘এই ধন অসম চৰকাৰে ২০১৯চনত প্রদান কৰিছিল’।

  • ‘৭৯.৫৭লাখ টকা সাধনা গৃহ নিৰ্মাণত প্রয়োজন হৈছে’।

  • ‘এতিয়া কমিটীৰ হাতত আছে ২৫.৯১ লাখ টকা’।

  • ‘প্রায় ১ কোটি টকাৰ আৰু প্রয়োজন আছে’।

  • ‘এই বিষয়ত অসম চৰকাৰৰ সৈতে আলোচনা কৰা হৈছে’।

  • অসম চৰকাৰে পুনৰ ৪৭লাখ টকা দিয়াৰ কথা কৈছে’।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in