নাৰায়ণপুৰত দুটা মানৱ সৰবৰাহকাৰী আটক...

নাৰায়ণপুৰত দুটা মানৱ সৰবৰাহকাৰী আটক...

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

ডিজিটেল ডেস্কঃ নাৰায়ণপুৰত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। নাৰায়ণপুৰৰ ভোগপুৰত আটক কৰা হৈছে দুই মানৱ সৰবৰাহকাৰী। ধৃত সৰবৰাহকাৰী দুটা হৈছে ফকৰ উদ্দিন আৰু মিজানুৰ ৰহমান।

Advertisment

কেইজনমান কিশোৰক অৰুণাচললৈ নিয়াৰ চেষ্টা চলাইছিল দুই সৰবৰাহকাৰীয়ে। তেনে সময়তে ৰাইজে আটক কৰে সৰবৰাহকাৰী দুটাক। আমিৰ আলী নামৰ এজন ঠিকাদাৰৰ নিৰ্দেশত কিশোৰকেইজনক নিয়াৰ চেষ্টা কৰিছিল সৰবৰাহকাৰীকেইটাই।ইতিমধ্যে ৰাইজে সৰবৰাহকাৰী দুটাক নাৰায়ণপুৰ আৰক্ষীক চমজাই দিয়ে।

Also Read: শিলচৰৰ গ্ৰীণ ফিল্ড এয়াৰপ'ৰ্ট নিৰ্মাণত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ আদেশ বাতিল

narayanpur human trafficking