New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/big-news-face.jpg)
লখিমপুৰৰ অসম-অৰুণাচল সীমান্তত ভয়ংকৰ পথ দুৰ্ঘটনা
১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দ খাৱৈত বাগৰিল বাহন
যাত্ৰীসহ ২০ ফুট দ খাৱৈত পৰিল টাটা এচি বাহন
দুৰ্ঘটনাত ১৮জন যাত্ৰী আহত
আহতসকলক চিকিৎসালয়ত ভৰ্তি
চালকে মদ্যপান কৰি বাহন চলোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।
Also Read: বটদ্ৰৱাত সত্ৰীয়া পৰম্পৰাৰে মাঘ বিহুৰ উৰুকা
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us