/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/d284d4b3-b1a6-477d-9814-59caf4134de3/LAKHIMPUR_1.jpg)
'অসমীয়া প্ৰতিদিন'ৰ লখিমপুৰ সংস্কৰণৰ কাৰ্যালয় পৰিদৰ্শন সঞ্চালক ঋষি বৰুৱাৰ...
ডিজিটেল ডেস্কঃ 'সাদিন প্ৰতিদিন' গোষ্ঠীৰ সঞ্চালক ঋষি বৰুৱা আজি উপস্থিত হয় লখিমপুৰত। ইয়াৰ পাছতে তেওঁ অসমীয়া প্ৰতিদিনৰ লখিমপুৰ সংস্কৰণৰ কাৰ্যালয় পৰিদৰ্শন কৰে।
এই পৰিদৰ্শন কালত বৰুৱাই কাৰ্যালয়টোৰ পুনৰ নিৰ্মাণ কাৰ্যৰ বুজ লয়। ইয়াৰোপৰি এই সময়ছোৱাতে তেওঁ কাৰ্যালয়টোৰ কৰ্মচাৰীসকলৰ উপৰি জিলাখনৰ আন আন সংবাদ কৰ্মীসকলৰ সৈতেও মত বিনিময় কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/c89fa3f7-0f62-4541-9fc3-fe3e09ddca03/969a02e7_55fd_4777_a295_072917180353.jpg)
Also Read: ২ নৱেম্বৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱ...