New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/dangor-khobr-24.jpg)
লখিমপুৰ পানীগাঁও থানাৰ অ’চি উৎপল বৰাক নিলম্বন।
থানাখনৰ সকলো আৰক্ষীকে কৰা হৈছে ৰিজাৰ্ভ ক্ল’জ।
৫ হাজাৰ টকা ঘোচ লৈ গ্রেপ্তাৰ এচ আই মেৰাফৎ আলী।
দুৰ্নীতি নিবাৰক শাখাই গ্রেপ্তাৰ কৰাৰ পিছতেই এই সিদ্ধান্ত।
Also Read: ওৱাচিংটন ডিচিত বিশ্ব সাংস্কৃতিক মহোৎসৱ-২০২৩
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us