/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/a341fc79-4ecc-4235-838e-8ba2df66bbfb/Aressted.jpg)
-
উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড° হেমন্ত শৰ্মাৰ জামিন লাভ ৷
-
শ্ৰেণীকক্ষত ছাত্ৰীক শাৰিৰীক আৰু মানসিক নিৰ্যাতন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল অধ্যাপকজনক ৷
-
বৃহস্পতিবাৰে আদালতে জামিন মঞ্জুৰ কৰে অধ্যাপকজনৰ৷
-
গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰিছে এই জামিন।
Also Read: ঐতিহ্যমণ্ডিত ডুৰাণ্ড কাপঃ উখল-মাখল কোকৰাঝাৰ