গ্ৰেপ্তাৰ হ'ল নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰবক্তা হেমন্ত শৰ্মা...

সুৰাসক্ত হৈ শ্ৰেণীকোঠাত অসভ্য আচৰণ কৰাৰো অভিযোগ প্ৰবক্তাগৰাকীৰ বিৰুদ্ধে।

author-image
Asomiya Pratidin
New Update
উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° হেমন্ত শৰ্মাৰ জামিন মঞ্জুৰ

  • গ্ৰেপ্তাৰ হ'ল নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰবক্তা হেমন্ত শৰ্মা।

  • ছাত্ৰী নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় প্ৰবক্তাজনক।

  • সুৰাসক্ত হৈ শ্ৰেণীকোঠাত অসভ্য আচৰণ কৰাৰো অভিযোগ প্ৰবক্তাগৰাকীৰ বিৰুদ্ধে।

  • লখিমপুৰ সদৰ থানাৰ কেচ নম্বৰ ২৭৫/২৩ ৰুজু হৈছে গোচৰ।

  • ৩৫৪ এ/৩৫৪/৫০৬/৫০৯ কেইবাটাও জামিন বিহিন ধাৰাত ৰুজু হৈছে গোচৰ।

Advertisment

Also Read: সুৰাসক্ত হৈ শ্ৰেণীকোঠাত অসভ্য আচৰণ কৰা লখিমপুৰ মহাবিদ্যালয়ৰ সহঃ অধ্যাপকক আটক

Assam police