New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/2f7c1685-7b99-4121-9751-5135b34a8aab/16.jpg)
ঘোচ লৈ চি এম ভিজিলেন্সৰ জালত পৰিল লাট মণ্ডল
লখিমপুৰ ৰাজহ চক্ৰৰ চিনাতলীয়া লাটৰ মণ্ডল মোজাম্মিল হকক গ্ৰেপ্তাৰ
২০ হাজাৰ টকা ঘোচ লওঁতেই হাতে-লোটে গ্ৰেপ্তাৰ কৰে
এজনৰ পৰা মাটি নামজাৰিৰ নামত লৈছিল ঘোচ
লোকজনক ১ লাখ টকা উৎকোচ বিচাৰিছিল আৰু অগ্ৰিম হিচাপে ২০ হাজাৰ টকা লৈছিল মোজাম্মিল হকে ৷
Also Read: শোণিতপুৰ জিলা সাংবাদিক ঐক্য মঞ্চ গঠন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us