এইবাৰ লখিমপুৰত আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনা...

এইবাৰ লখিমপুৰত আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে

author-image
Asomiya Pratidin
New Update
এইবাৰ লখিমপুৰত আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনা...

  • লখিমপুৰত এনকাউণ্টাৰৰ ঘটনা।

  • বঙালমৰাৰ ২নং ইছলামপুৰত আৰক্ষী এনকাউণ্টাৰ।

  • আৰক্ষীৰ গুলীত আহত আনাৰুল ইছলাম নামৰ এজন যুৱক।

  • যুৱকজনৰ ভৰিত লাগিছে গুলী।

  • যুৱকজনৰ ককায়েক ছাদ্দাম হুছেইনক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছিল।

  • আনাৰুলক লগত লৈ অভিযান চলাইছিল আৰক্ষীয়ে।

  • অভিযানৰ সময়তে সংঘটিত হয় এই ঘটনা।

  • আহত আনাৰুলক নিশাই চিকিৎ‍সাৰ ব্যৱস্থা কৰে আৰক্ষীয়ে।

  • উল্লেখ্য আৰক্ষীয়ে কি গোচৰত অভিযান চলাইছিল সেয়া এতিয়াও সদৰী কৰা নাই।

Advertisment

Also Read: শৰ্মিষ্ঠা প্ৰীতমলৈ ২০২৩ বৰ্ষৰ লাবণ্য শইকীয়া সোঁৱৰণি ভিউফাইণ্ডাৰ বঁটা

Assam police