New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/3453a8a2-21a5-40d7-8fb8-9d9b5b8bc138/AP_FOR_WEB_jayanta_.jpg)
-
লখিমপুৰত উৎকোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়াই
-
দুৰ্নীতি নিবাৰক শাখাৰ জালত কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামী
-
লখিমপুৰৰ PHEৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামী
-
২০ হাজাৰ টকা উৎকোচ লৈ হাতে-লোটে আটক জয়ন্ত গোস্বামী
-
বিল পাছ কৰিবৰ বাবে লৈছিল ২০ হাজাৰ টকা।