লখিমপুৰ জিলাৰ আয়ুক্ত হিচাপে গায়ত্ৰী দেৱীদাস হ্যায়ালিংগেক নিযুক্তি

লখিমপুৰ জিলাৰ আয়ুক্ত হিচাপে গায়ত্ৰী দেৱীদাস হ্যায়ালিংগেক নিযুক্তি

author-image
Asomiya Pratidin
New Update
লখিমপুৰ জিলাৰ আয়ুক্ত হিচাপে গায়ত্ৰী দেৱীদাস হ্যায়ালিংগেক নিযুক্তি

লখিমপুৰ জিলাৰ আয়ুক্ত হিচাপে গায়ত্ৰী দেৱীদাস হ্যায়ালিংগেক নিযুক্তি

ডিজিটেল সংবাদ, ঢকুৱাখনা : ৰাজ্য চৰকাৰৰ নিৰ্দেশনাযোগে লখিমপুৰ জিলাত নতুন জিলা আয়ুক্ত নিযুক্তি দিয়া হৈছে। লখিমপুৰ জিলাৰ বৰ্তমানৰ আয়ুক্ত সুমিত সত্বাৱানক কামৰূপ (মেট্ৰ') জিলাৰ আয়ুক্তৰূপে বদলি কৰা হৈছে।

Advertisment

তেওঁৰ পৰিৱৰ্তে লখিমপুৰ জিলাৰ নতুন আয়ুক্তৰূপে নিযুক্তি দিছে গায়ত্ৰী দেৱীদাস হ্যায়ালিংগেক। ৰাজ্য চৰকাৰৰ পাৰ্চনেল (এ) বিভাগৰ সচিব যাদৱ শইকীয়াৰ স্বাক্ষৰিত নিৰ্দেশনা নং - ই চি এফ ৩৬৮২৫৮/৭ ইযোগে নিযুক্তিপ্ৰাপ্ত অসম চৰকাৰৰ বিত্ত বিভাগৰ যুটীয়া সচিব হিচাবে কৰ্মৰত দেৱীদাস হায়লিংগেয়ে শীঘ্ৰেই নতুন কৰ্মথলীত যোগদান কৰিব বুলি জানিব পৰা গৈছে।

Also Read: কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ

commissioner of Lakhimpur district dhakuakhana