/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/09d72c24-be2c-46d0-8415-893b5fd84b2b/16.jpg)
ডিজিটেল সংবাদ, লখিমপুৰঃ লখিমপুৰৰ বঙালমৰাত নকল সোণ আৰু নকল টকাৰ বিৰুদ্ধে আৰক্ষীয়ে এক অভিযান চলাই ৷ মঙ্গলবাৰে আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ৬ লাখ ৫০ হাজাৰ টকাৰ জালনোট ৷
ফটেহপুৰৰ বিল্লাল আলী আৰু ২নং ইছলামপুৰৰ কুৰবান আলীৰ বাসগৃহত আৰক্ষীয়ে অভিযান চলাই এই নকল নোটসহ দুখন নকল সোণৰ নাও জব্দ কৰে আৰক্ষীয়ে ৷ অধিক তথ্যৰ বাবে বৰ্তমানেও আটকাধীন বিল্লাল আলী, কুৰবান আলীক জেৰা অব্যাহত ৰাখিছে বঙালমৰা আৰক্ষীয়ে ৷
Also Read: কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱত বৈজ্ঞানিক পৰামৰ্শদাতা সমিতিৰ সভা