লখিমপুৰত ৬ লাখ ৫০ হাজাৰ টকাৰ জালনোট জব্দ

লখিমপুৰত ৬ লাখ ৫০ হাজাৰ টকাৰ জালনোট জব্দ

ডিজিটেল সংবাদ, লখিমপুৰঃ লখিমপুৰৰ বঙালমৰাত নকল সোণ আৰু নকল টকাৰ বিৰুদ্ধে আৰক্ষীয়ে এক অভিযান চলাই ৷ মঙ্গলবাৰে আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ৬ লাখ ৫০ হাজাৰ টকাৰ জালনোট ৷

ফটেহপুৰৰ বিল্লাল আলী আৰু ২নং ইছলামপুৰৰ কুৰবান আলীৰ বাসগৃহত আৰক্ষীয়ে অভিযান চলাই এই নকল নোটসহ দুখন নকল সোণৰ নাও জব্দ কৰে আৰক্ষীয়ে ৷ অধিক তথ্যৰ বাবে বৰ্তমানেও আটকাধীন বিল্লাল আলী, কুৰবান আলীক জেৰা অব্যাহত ৰাখিছে বঙালমৰা আৰক্ষীয়ে ৷

লখিমপুৰত ৬ লাখ ৫০ হাজাৰ টকাৰ জালনোট জব্দ
কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱত বৈজ্ঞানিক পৰামৰ্শদাতা সমিতিৰ সভা

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in