/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/5d77983b-b875-4da8-9f89-09b0c20da815/bihpuriya_8.jpg)
বিহপুৰীয়াত হৰিণা উদ্ধাৰ...
ডিজিটেল সংবাদ বিহপুৰীয়া: বিহপুৰীয়াৰ বদতি জামুগুৰিৰ খকণ্ডগুৰিত আজি এটি হৰিণা পহু বন বিভাগে ৰাইজৰ সহযোগত উদ্ধাৰ কৰে ৷ আজি পুৱাৰ ভাগত জনাঞ্চলত বিচৰণ কৰা পহুটো একাংশ দুষ্কৃতিকাৰীয়ে খেদি খেদি আহত কৰে ৷
পৰবৰ্তী সময়ত একাংশ প্ৰকৃতিপ্ৰেমীয়ে বিহপুৰীয়া বন বিভাগ আৰক্ষীক খবৰ দিয়াত বন বিভাগে ৰাইজৰ সহায়ত পহুটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
Also Read: ১৭ জানুৱাৰীত অসমলৈ আহিব ইছৰোৰ মুৰব্বী ড০ শ্ৰীধৰ পানিকাৰ সোমনাথ...