/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-09/9wmyhph2/37843975-ce81-4405-b18b-0fc23d4b115a.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : দেশৰ স্বাধীনতা দিৱস উপলক্ষত ঢকুৱাখনা মহকুমা প্ৰশাসনে আয়োজন কৰিছে ৰক্তদান শিবিৰ । অহা ১২ আগষ্টত মহকুমা প্ৰশাসনৰ লগতে ঢকুৱাখনা মহাবিদ্যালয়ৰ এন এছ এছ গোটৰ যৌথ উদ্যোগত ইলোৰা বিজ্ঞান মঞ্চ ঢকুৱাখনাৰ সহযোগত অনুষ্ঠিত হ'ব ৰক্তদান শিবিৰ ।
ঢকুৱাখনা মহাবিদ্যালয় প্ৰাঙ্গনত দিনৰ ১০ বজাৰ পৰা অনুষ্ঠিতব্য এই শিবিৰত আগ্ৰহী জনহিতৈষী ৰক্তদাতাসকলৰ সহযোগিতা আয়োজক সমিতিৰ হৈ টবেন্দ্ৰ নাথ দাস আৰু ৰাজু চুতীয়াই আন্তৰিকতাৰে কামনা কৰিছে ।
Also Read: তিতাবৰৰ কনচেপ্ট শৈক্ষিক প্ৰতিষ্ঠানৰ সচিবলৈ সেৱা ভাৰতী পূৰ্বাঞ্চলৰ যোগ সাধনা বঁটা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us