/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/a7f28222-6956-4294-848e-9244d5904885/ambulance.jpg)
ভাং আৰু সুৰা সৰবৰাহ কৰিবলৈ ব্যৱহাৰ এম্বুলেন্সৰ
ডিজিটেল সংবাদ, লখিমপুৰঃ নিষিদ্ধ দ্ৰব্য সৰহবৰাহকাৰীৰ নতুন কৌশল অৱলম্বন । ভাং আৰু সুৰা সৰবৰাহ কৰিবলৈ ব্যৱহাৰ এম্বুলেন্সৰ । লখিমপুৰত চোৰাং সৰবৰাহকাৰীয়ে সংঘটিত কৰিছে এনে ঘটনা ।
ব্যক্তিগত এম্বুলেঞ্চখন ৰাইজে জব্দ কৰি গতাই দিয়ে আৰক্ষীক । ইতিমধ্যেই লখিমপুৰ আৰক্ষীয়ে জব্দ কৰিছে এম্বুলেন্সখন ।
মেডিকেল কলেজ হাস্পতালৰ প্রৱেশ পথত জব্দ কৰা হৈছে এম্বুলেন্সখনৰ । এনেদৰে ভাং আৰু সুৰা সৰাবৰাহৰ বাবে এম্বুলেন্স ব্যৱহাৰ কৰাক লৈ চিন্তিত হৈছে সচেতন ৰাইজ ।
Also Read: লৰিংথেপিত চমাংকান প্ৰথা পালনৰ ব্যাপক প্ৰস্তুতি ...