লখিমপুৰত অঘটনঃ থানাৰ ভিতৰতে মৃত্যু হয় আচামীৰ

লখিমপুৰত অঘটনঃ থানাৰ ভিতৰতে মৃত্যু হয় আচামীৰ

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

  • লখিমপুৰৰ খেলমাটি থানাত বুধবাৰে নিশা সংঘটিত হৈছে এক অঘটন।

  • থানাৰ ভিতৰতে মৃত্যু হয় এজন আচামীৰ ৷

  • নিহত আচামীটোৰ নাম-আৰ্চভ আলি(৪২)।

  • আৰ্চভ আলিৰ ঘৰ লখিমপুৰ দক্ষিণ চান্দমাৰিত।

  • মোবাইল চুৰি ঘটনাক কেন্দ্ৰ কৰি আৰ্চভ আলিক থানালৈ মতাই আনিছিল খেলমাটি থানাৰ আৰক্ষীয়ে।

  • আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে আৰ্চভ আলি মোবাইল চুৰি গেঙৰ লীডাৰ

  • থানাৰ ভিতৰতে হঠাতে অসুস্থ হৈ মজিয়াত বাগৰি পৰি আৰ্চভ আলিৰ মৃত্যু হয় বুলি আৰক্ষী সূত্ৰত প্ৰকাশ কৰিছে।

Advertisment

Also Read: নেচনেল ৰেংকিং ছুপাৰ ছিৰিজ টেনিছ চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত ফাগুন জ্যোতি...

accused khelmati