লখিমপুৰ আজাদ বাহপাতি তিনিআলিত ত্ৰিৰংগা প্ৰস্তুত ও বিক্ৰী কেন্দ্ৰ…

লখিমপুৰ আজাদ বাহপাতি তিনিআলিত ত্ৰিৰংগা প্ৰস্তুত ও বিক্ৰী কেন্দ্ৰ…

author-image
asomiyapratidin
New Update
লখিমপুৰ আজাদ বাহপাতি তিনিআলিত ত্ৰিৰংগা প্ৰস্তুত ও বিক্ৰী কেন্দ্ৰ…

ডিজিটেল সংবাদ:লখিমপুৰ আজাদ বাহপাতি তিনিআলিত ত্ৰিৰংগা প্ৰস্তুত ও বিক্ৰী কেন্দ্ৰ।কেইবাগৰাকীও মহিলাই মিলি চলাইছে এই কেন্দ্ৰ ।

Advertisment

তেলাহী উন্নয়ন খণ্ডৰ অধীনত ৰাজ্যিক জীৱিকা মিছনৰ যোগেদি প্ৰস্তুত কৰা হৈছে দেশৰ স্বাভিমান ত্ৰিৰংগাক।এই প্ৰস্তুতি কেন্দ্ৰৰ জৰিয়তে মহিলা সকল বিশেষ ভাৱে স্বাৱলম্বী হৈছে বুলি উল্লেখ কৰে l ৫০০০ পতাকা প্ৰস্তুত কৰাৰ লক্ষ্য মহিলাসকলৰ ৷ এই কাৰ্যসুচীৰ যোগেদি প্ৰধানমন্ত্ৰীৰ হৰ ঘৰ ত্ৰিৰংগা শ্লগানত সহযোগিতা আগবঢ়াই দিনে নিশাই ২৫ গৰাকী মহিলা ব্যস্ত ত্ৰিৰংগা প্ৰস্তুতত ৷

আৰু পঢ়ক:'ৰ'দালি' মাহেকীয়া কবিতা আলোচনীয়ে আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতাৰ ফলাফল ঘোষণা…

assam lakhimpur