/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/5e7a310f-a774-47b4-ad55-157520a74951/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে কোকৰাঝাৰতো বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰতৰ অভিযান অব্যাহত আছে ৷ সোমবাৰে নিশা কোকৰাঝাৰ জিলাৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই ২৪গৰাকী স্বামীক আটক কৰিছে ৷
ইয়াৰে ৪ জনক জিলাখনৰ কোকৰাঝাৰ থানা এলেকাৰ পৰা আটক কৰা হৈছে ৷ সমান্তৰালভাবে ছেৰফাংগুৰিৰ পৰা ২ জন, ফকিৰাগ্ৰামৰ পৰা ৩ জন, গোসাইগাঁৱৰ পৰা ৮ জন আৰু কচুগাঁৱৰ পৰা ২ জনক আটক কৰিছে আৰক্ষীয়ে।
Also Read: মেৰাপানীত চৰকাৰী আঁচনিৰ নামত ব্যাপক অনিয়ম...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us