পৰ্যটকৰ বাবে তিনিদিন কৈ বন্ধ থাকিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান!

এপ্ৰিলত তিনিদিন কৈ বন্ধ থাকিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

author-image
Asomiya Pratidin
New Update
পৰ্যটকৰ বাবে তিনিদিন কৈ বন্ধ থাকিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান!

ডিজিটেল সংবাদ, কাজিৰঙা: এপ্ৰিলত তিনিদিন কৈ বন্ধ থাকিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

Advertisment

•গজ উৎসৱ উপলক্ষে অহা ৬, ৭ আৰু ৮ এপ্ৰিলত পৰ্যটকৰ বাবে বন্ধ থাকিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

•উক্ত তিনি দিনত কহঁৰা, বাগৰি, অগৰাতলি আৰু বুঢ়াপাহাৰ বনাঞ্চলত বন্ধ থাকিব জীপ ছাফাৰী

•লগতে বন্ধ থাকিব হাতী ছাফাৰীও

Also Read: নৱবৰ্ষৰ প্ৰথমটো দিনত সম্পূৰ্ণ নিৰৱতা অৱলম্বন কৰা ইণ্ডোনেছিয়াৰ বালি

kaziranga national park