মেঘালয় গড়কাপ্তানি বিভাগৰ তৎপৰতাত মুকলি হ'ল শিলচৰ-শ্বিলং ৰাষ্ট্ৰীয় ঘাইপথ

মেঘালয় গড়কাপ্তানি বিভাগৰ তৎপৰতাত মুকলি হ'ল শিলচৰ-শ্বিলং ৰাষ্ট্ৰীয় ঘাইপথ

ডিজিটেল সংবাদ,শিলচৰ : অৱশেষত মুকলি হ'ল ৬ নম্বৰ শিলচৰ -শ্বিলং ৰাষ্ট্ৰীয় ঘাইপথ। মেঘালয়ৰ সোণাপুৰত সংঘটিত ভূমিস্খলনৰ ফলত ৰাতিপুৱাৰে পৰা বন্ধ হৈ আছিল ঘাইপথচোৱা।

সোণাপুৰ সুৰংগৰ দুয়ো ফালে আৱদ্ধ হৈ আছিল শ শ যানবাহন। যাতায়ত বিচ্ছিন্ন হৈ পৰিছিল বৰাকসহ চুবুৰীয়া ৰাজ্য মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰা। মেঘালয় গড়কাপ্তানি বিভাগৰ যুদ্ধকালীন তৎপৰতাৰ পিছত আবেলি মুকলি হ'ল পথছোৱা। প্ৰায় ১০ ঘণ্টা পাছত পথটোৰে আৰম্ভ হয় যান-বাহনৰ চলাচল।

মেঘালয় গড়কাপ্তানি বিভাগৰ তৎপৰতাত মুকলি হ'ল শিলচৰ-শ্বিলং ৰাষ্ট্ৰীয় ঘাইপথ
শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় ঢকুৱাখনাত নৱাগত আদৰণী সভা সম্পন্ন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in