নগদ ধন-মোবাইলসহ কৰিমগঞ্জত আটক ৫ চোৰ

নগদ ধন-মোবাইলসহ কৰিমগঞ্জত আটক ৫ চোৰ

ডিজিটেল সংবাদ, কৰিমগঞ্জঃ কৰিমগঞ্জ আৰক্ষীৰ সফল অভিযান। সোমবাৰে পুৱাৰ ভাগত কৰিমগঞ্জ আৰক্ষীয়ে এক বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত চলোৱা অভিযানত ৫ টাকৈ চোৰক আটক কৰিবলৈ সক্ষম হয়।

কৰিমগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত চলা এই অভিযানত চোৰ কেইটাৰ পৰা ১৮টা মোবাইল আৰু নগত ১০,০০০ টকা জব্দ কৰিছে। উল্লেখ্য যে, আটকাধীন চোৰ কেইটাৰ ওপৰত কেইবাটাও স্থানীয় চুৰি ঘটনাৰ অভিযোগ আছে।

নগদ ধন-মোবাইলসহ কৰিমগঞ্জত আটক ৫ চোৰ
ৰঙিয়া আবকাৰীত ভয়ংকৰ জালিয়াতিঃ পঞ্চায়তৰ ভুৱা NOC ৰে সুৰা বিপণী খোলাৰ যো জা...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in