/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/3d6545df-82d1-4043-b882-cee975962648/aimu.jpg)
ei muhurtar khabar
-
কৰিমগঞ্জৰ পেটেল নগৰত অগ্নিকাণ্ড
-
অগ্নিকাণ্ডত জাহ গ’ল শ্রমিকৰ ১০ টাকৈ বাসগৃহ
-
সিং ইটাৰ ভাটাত সংঘটিত এই অগ্নিকাণ্ড
-
দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ সন্দেহ কৰ্তৃপক্ষৰ
-
প্রায় দুই লাখ টকাৰ সা-সম্পত্তি ভস্মীভূত
-
ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছে ইটাৰ ভাটাৰ কৰ্তৃপক্ষ
-
অৱশ্যে ঘটনাত কোনো লোক হতাহতি হোৱা নাই
Also Read: তীব্ৰ প্ৰতিবাদৰ পাছতেই কেইবাখনো জিলাত বন্ধ মোবাইল ইন্টাৰনেট, জাৰি সান্ধ্য আইন...