কৰিমগঞ্জৰ বদৰপুৰত পথ দুৰ্ঘটনা: থিতাতে নিহত এজনৰ বিপৰীতে আহত...

কৰিমগঞ্জৰ বদৰপুৰত সংঘটিত হয় পথ দুৰ্ঘটনা। ৬নং ৰাষ্ট্রীয় ঘাইপথত দুখন ট্রাকৰ মুখামুখি সংঘৰ্ষ

author-image
Asomiya Pratidin
New Update
কৰিমগঞ্জৰ বদৰপুৰত পথ দুৰ্ঘটনা: থিতাতে নিহত এজনৰ বিপৰীতে আহত...

ডিজিটেল ডেস্ক : কৰিমগঞ্জৰ বদৰপুৰত সংঘটিত হয় পথ দুৰ্ঘটনা। ৬নং ৰাষ্ট্রীয় ঘাইপথত দুখন ট্রাকৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় উক্ত পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাত থিতাতে নিহত এজন ট্রাক চালক।

Advertisment

নিহত চালকজনৰ নাম বাবৰ হোছেন। আনহাতে ঘটনাত গুৰুতৰভাৱে আহত হয় বিকাশ দাস নামৰ আনজন চালক। আহত চালকজনত ইতিমধ্যেই চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে।

Also Read: মেঘালয়ৰ সোণাপুৰত পুনৰ ভূমিস্খলন: পথতেই আৱদ্ধ যাত্ৰী...

Assam police