বদৰপুৰত ভয়াৱহ অগ্নিকাণ্ড : ভস্মীভূত ৰবৰ গুদাম

বদৰপুৰত ভয়াৱহ অগ্নিকাণ্ড : ভস্মীভূত ৰবৰ গুদাম

author-image
Asomiya Pratidin
New Update
বদৰপুৰত ভয়াৱহ অগ্নিকাণ্ড : ভস্মীভূত ৰবৰ গুদাম

  • কৰিমগঞ্জৰ বদৰপুৰৰ মাইজবাগৰগোল গাঁৱত অগ্নিকাণ্ড

Advertisment
  • এটা ৰবৰৰ গুদামত সংঘটিত এই অগ্নিকাণ্ড

  • জুইত জাহ গ’ল গুদামটোৰ সকলো সামগ্রী

  • অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপিত হয় জুই

  • অগ্নিকাণ্ডত প্রায় ১২ লাখ টকাৰ ক্ষয়-ক্ষতি

  • পদকৃষ্ণ পাল নামৰ এজন লোকৰ এই গুদামটো।

Also Read: চখ পূৰণৰ বাবে ৮ মহীয়া সন্তানক বিক্ৰী

badarpur