ট্ৰেক্টৰ বাগৰি দুল্লবছাৰা বাগানৰ চালকৰ মৃত্যু

ট্ৰেক্টৰ বাগৰি দুল্লবছাৰা বাগানৰ চালকৰ মৃত্যু

ডিজিটেল সংবাদ,কৰিমগঞ্জ : শুকুৰবাৰে পুৱা ৰামকৃষ্ণ নগৰ বিধানসভাৰ অন্তৰ্গত দুল্লবছাৰা বাগিচাত সংঘটিত হয় এক দুৰ্ঘটনা। বাগিচাৰ ট্ৰেক্টৰ চালক মনাফ মিঞা সদায়ৰ দৰে পুৱা ১১ বজাত বাগিচাৰ পথেৰে গাড়ীখন লৈ আহিছিল।

জানিব পৰামতে গাড়ীখন বেয়া আছিল আৰু ৰাস্তাত সঠিকভাৱে চলাব পৰা নাছিল। ফলত বাৰীৰ ওচৰৰ ঠাই এখন পাওঁতে গাড়ীখন বাগৰি পৰে। ওচৰতে থকা মহিলাসকলে দেখি সকলোকে খবৰ দিয়ে।

কিন্তু ঘটনাৰ কিছুসময় পাছত আহি দেখে যে গাড়ীৰ চালক মুনাফ মিঞাৰ মৃত্যু হৈছে। শ্ৰমিকসকলে মিলি ঘটনা সন্দৰ্ভত বাগিচাৰ পৰিচালকক খবৰ দিয়ে যদিও বাগিচা কৰ্তৃপক্ষৰ কোনো লোক অহা নাই বুলি জানিবলৈ দিয়ে।

ট্ৰেক্টৰ বাগৰি দুল্লবছাৰা বাগানৰ চালকৰ মৃত্যু
নগাঁৱত মধ্যাহ্ণ ভোজনৰ ৰন্ধন কৰ্মীৰ উত্তাল প্ৰতিবাদ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in