কৰিমগঞ্জত আত্মহনন CRPF জোৱানৰ

কৰিমগঞ্জৰ ৰাতাবাড়ীত আত্মহনন চি আৰ পি এফ জোৱানৰ।

author-image
Asomiya Pratidin
New Update
কৰিমগঞ্জত আত্মহনন CRPF জোৱানৰ

ডিজিটেল সংবাদ, কৰিমগঞ্জঃ কৰিমগঞ্জৰ ৰাতাবাড়ীত আত্মহনন চি আৰ পি এফ জোৱানৰ। নিজৰ চাৰ্ভিচ ৰাইফলৰে গুলীয়াই আত্মহনন কৰে জোৱানগৰাকীয়ে। সোমবাৰ নিশাৰ ভাগত ৰাতাবাৰীৰ চুগাৰ মিলত থকা চি/১০ কেম্পত সংঘটিত হয় এই ঘটনা।

Advertisment

আত্মহনন কৰা জোৱানজনৰ নাম এ এছ আই অজয় কুমাৰ সিং বুলি জানিব পৰা গৈছে। মৃত্যুৰ সময়ত জোৱানজনৰ বয়স আছিল ৫৩ বছৰ । খবৰ অনুসৰি জোৱানজনৰ ঘৰ বিহাৰৰ লক্ষ্মীসৰাই জিলাৰ ইন্দুপুৰ গাঁৱত। উল্লেখ্য যে, আত্মহননৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

Also Read: প্ৰসংগ- বাল্য বিবাহঃ নগাঁৱতো গ্ৰেপ্তাৰ কুৰিজনক...

CRPF