সমাজকৰ্মী মুকেশ আগৰৱালাৰ মৃত্যুত শোকৰ ছাঁ

সমাজকৰ্মী মুকেশ আগৰৱালাৰ মৃত্যুত শোকৰ ছাঁ

ডিজিটেল সংবাদ,হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ বকলীয়াঘাট হালধীআটি গাঁও নিবাসী মুকেশ আগৰৱালাৰ শনিবাৰে হৃদৰোগত আক্ৰান্ত হৈ অকাল মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫২বছৰ।

আগৰৱাল সমাজত সকলোৰে মাজত জনপ্ৰিয় এগৰাকী সমাজকৰ্মী তথা ব্যৱসায়ী আছিল। মৃত্যুৰ সময়ত তেওঁ ইহ সংসাৰত এজন পুত্ৰ এৰি গুচি যায়। তেওঁৰ মৃত্যুত সমগ্ৰ বকলীয়াঘাট অঞ্চলতে শোকৰ ছাঁ পৰিছে।

সমাজকৰ্মী মুকেশ আগৰৱালাৰ মৃত্যুত শোকৰ ছাঁ
কাছাৰৰ শতাধিক গাঁৱত বুচু ডিমা উৎসৱ উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in