/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/6ec1f3dc-41e9-42ff-b3e4-4f03fab9be40/KARBI_17.jpg)
শিলনী বনভোজস্থলীত নৈত উটি গ'ল যুৱকঃ এতিয়াও সন্ধানহীন...
ডিজিটেল সংবাদ হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ লংনিটৰ বনভোজস্থলীত শিলনীত বন্ধুৰে সৈতে গা ধুবলৈ যাওঁতে আজি নৈৰ কোবাল সোঁতত উটি যায় ৰৌচন বসুমতাৰী নামৰ এজন যুৱক। জানিব পৰা মতে বৰ্তমানলৈকে সন্ধানহীন হৈ আছে যুৱকজন।
সন্ধানহীন হৈ থকা যুৱকজনৰ ঘৰ ডিফুৰ পাণবাৰীত। জানিব পৰা মতে বন্ধুৰ সৈতে গা ধুবলৈ শিলনীলৈ গৈছিল যুৱকজন। ইয়াকে লৈ সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্য।
Also Read: ওৰাঙত মহিলা নামিল স্কুটি চুৰি কাৰ্যত